.
  • Welcome to N24 Assam
  • All

প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ নিজৰ ঘৰতে লুটপাত! ৫০-৬০ লাখ টকাৰ গহনা-নগদ ধন চুৰিৰ অভিযোগ যুৱকৰ বিৰুদ্ধে

প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ নিজৰ ঘৰতে লুটপাত! ৫০-৬০ লাখ টকাৰ গহনা-নগদ ধন চুৰিৰ অভিযোগ যুৱকৰ বিৰুদ্ধে যোৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ নিজৰ ঘৰতে লুটপাত চলাই ৫০-৬০ লাখ টকাৰ সোণৰ গহনা আৰু নগদ ধন চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে এজন যুৱকৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, য়ছ ধনুকা ওৰফে য়ছ আগৰৱালা নামৰ যুৱকজনে নিজৰ ঘৰৰ...
    Back To Top